মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে “চাইক্ল’থন ২.০–ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন
ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েচন অফ অসম (ইএমএএ)এ গান্ধী জয়ন্তী উদযাপনৰ দিনটোত গুৱাহাটীত "চাইক্ল'থন ২.০- ইণ্ডিয়া অন দ্য মোভ"ৰ আয়োজন কৰে। য'ত মহানগৰীৰ লোকসকলৰ মাজত এই অনুষ্ঠানৰ জৰিয়তে বাহিৰৰ কাৰ্যকলাপত অন্তৰ্ভুক্তি আৰু চাইকেল চলোৱা সংস্কৃতি!-->…