ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি
২৫ গৰাকী হিতাধিকাৰীক হস্ততাঁত প্ৰদান
পশ্চিম গুৱাহাটীৰ ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয়!-->!-->!-->…