Monthly Archives

June 2021

পাঞ্জাবাৰীৰ কংকন নগৰত বন বিভাগৰ উদ্যোগত গছপুলি ৰোপন অভিযান

বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে এটা মাহৰ ভিতৰত সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া, কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয়, বন শিবিৰৰ জৰিয়তে গুৱাহাটীক সেউজকৰণৰ লক্ষ্যৰে যোৱা ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসৰ দিনটোৰ পৰাই ক'ভিড বিধি মানি ৰাজহুৱা

ধাৰাপুৰত মাক্স চেনিটাইজাৰ বিতৰণ

মহানগৰীত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে ধাৰাপুৰস্থিত প্ৰদীপ অইল ডিপোৱে অইল ইণ্ডিয়াৰ উদ্যোগত লৈছে বিশেষ ব্যৱস্থা। প্ৰদীপ অইল ডিপোলৈ অহা প্ৰতিজন গ্ৰাহক, চালক আৰু হেণ্ডিমেন সকলোৰ মাজত বিতৰণ কৰিলে মাস্ক, চেনিটাইছাৰ। প্ৰায় ২

গুৱাহাটীত হেলমেট পৰিধান নকৰিলে পেট্ৰল নাপাব

হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চালক সকলৰ বাবে এতিয়াৰে পৰা দুঃখবৰ। কিয়নো এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ তেল ডিপো সমূহত যিসকল দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান নকৰাকৈ ডিপোলৈ তেল ভৰাবলৈ আহে তেওঁলোকে তেল নাপাব । কিয়নো পথ সুৰক্ষা আৰু

সমাগত উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা অসম জাতীয় পৰিষদৰ

এ.আই.ইউ.ডি.এফক লগত নাৰাখে আঞ্চলিক দলটোৱে ৰাজ্যত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ষেপৰ পোষকতা কৰিব অসম জাতীয় পৰিষদে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থীৰ চিন্তা কৰিব। মাত্ৰ এ.আই.ইউ.ডি এফৰ

আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEyeৰ প্ৰাৰম্ভণি

আনভিধা টেকন'ল'জিছ প্ৰাইভেট লিমিটেডে ভাৰতত তেঁওলোকৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEye ৰ প্ৰাৰম্ভণি কৰিবলৈ ইয়াৰ প্ৰতিষ্ঠাপক আৰু নিৰ্বাচিত এইচ. এন. আইৰপৰা ছীড ফাণ্ডিঙৰ জৰিয়তে 1.5 মিলিয়ন ডলাৰ (10 কৌটি) তকৈ অধিক মূলধন সংগ্ৰহ কৰিছে ।

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ খানাপাৰাৰ দেৱনগৰত বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপন

আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰা বেদখল স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কৱলত নপৰে

ছাটাৰগাঁৱৰ ৬২ টা পৰিয়ালক শ্ৰী সত্য সাই সেৱা সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ

পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁৱত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে আজি খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ

দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস-পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য

ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বিগত প্ৰায় দুমাহ ধৰি লকডাউন কেন্দ্ৰীক পৰিস্থিতি চলি আছে। কিন্তু এনে পৰিস্থিতি স্বত্বেও ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়

নগাঁৱত মৃত্যু হোৱা কেৰেলাৰ বাছ চালকৰ মৃতদেহ বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ

সুদূৰ কেৰেলাৰ পৰা দুমাহ পূৰ্বে নগাওঁলৈ শ্ৰমিক থবলৈ আহি ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃ ৰাজ্যিক বন্ধৰ বাবে নগাঁওত আৱদ্ধ হৈ থাকি ১৬ জুনত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত অকাল মৃত্যুক সাৱটি লোৱা কেৰেলাৰ ক'চিৰ অভিজিৎ এম এম নামৰ বাছ

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ৰাসায়নিক সাৰৰ সুসংহত প্রয়োগ শীর্ষক ভাৰ্চুৱেল আলোচনাচক্র

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্রীয় চৰকাৰৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদে সমগ্ৰ দেশতে সুসংহত প্রয়োগ শীর্ষক কৃষক জাগৰণ আলোচনাচক্র আয়োজন কৰিছে। ইং ১৮ জুন ২০২১ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ