ছাটাৰগাঁৱৰ ৬২ টা পৰিয়ালক শ্ৰী সত্য সাই সেৱা সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ

পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁৱত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে আজি খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ

দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস-পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য

ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বিগত প্ৰায় দুমাহ ধৰি লকডাউন কেন্দ্ৰীক পৰিস্থিতি চলি আছে। কিন্তু এনে পৰিস্থিতি স্বত্বেও ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়

নগাঁৱত মৃত্যু হোৱা কেৰেলাৰ বাছ চালকৰ মৃতদেহ বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ

সুদূৰ কেৰেলাৰ পৰা দুমাহ পূৰ্বে নগাওঁলৈ শ্ৰমিক থবলৈ আহি ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃ ৰাজ্যিক বন্ধৰ বাবে নগাঁওত আৱদ্ধ হৈ থাকি ১৬ জুনত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত অকাল মৃত্যুক সাৱটি লোৱা কেৰেলাৰ ক'চিৰ অভিজিৎ এম এম নামৰ বাছ

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ৰাসায়নিক সাৰৰ সুসংহত প্রয়োগ শীর্ষক ভাৰ্চুৱেল আলোচনাচক্র

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্রীয় চৰকাৰৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদে সমগ্ৰ দেশতে সুসংহত প্রয়োগ শীর্ষক কৃষক জাগৰণ আলোচনাচক্র আয়োজন কৰিছে। ইং ১৮ জুন ২০২১ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ

টিহু ছোৱালী হাইস্কুলৰ প্ৰশংসনীয় পদক্ষেপ

শিক্ষাৰ্থীৰ মাজত পৰিৱেশ শীৰ্ষক প্ৰতিযোগিতা সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ পৰিবৰ্তে গৃহতে আৱদ্ধ হৈ থকা শিক্ষাৰ্থী সকলৰ সৃজনীমুলক প্ৰতিভা বিকাশৰ উদ্যেশ্যে টিহুৰ আগশাৰীৰ শিক্ষানুষ্ঠান টিহু ছোৱালী হাইস্কুলৰ ইক’ ক্লাৱৰ উদ্যোগত শিক্ষাৰ্থী সকলৰ

পশ্চিম গুৱাহাটী মাটাইখাৰত ক’ভিড-১৯ৰ সজাগতা অভিযান ও বিনামূলীয়া চিকিৎসা শিৱিৰ

ৰাজ্যৰ আন বহু গ্ৰাম্যঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ অঞ্চলত ক'ভিড-১৯ মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ উপক্ৰম হৈছে। অলপতে পশ্চিম গুৱাহাটী সমষ্টিৰ মাটাইখাৰত যোগ গুৰুকল, অসম আৰু বি.বি.ক্ৰিয়েছনৰ সৌজন্যত ক'ভিড-১৯ ৰ

অসম – মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ মাটাইখাৰ মিলনপুৰত কনটেণ্টমেণ্ট জ’নত আৰক্ষীৰ পহৰা

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম - মেঘালয় সীমান্তৰ মাটাইখাৰ মিলনপুৰ গাওঁকে ধৰি কাষৰীয়া কটালপাৰা , বিলপাৰ আৰু পাটগাঁওত শিশু, মহিলাকে ধৰি কেইবা জনকৈ লোক আজি পৰ্যন্ত ক'ভিডত আক্ৰান্ত হৈছে । ক'ভিড পজিটিভ চিনাক্ত হোৱাৰ

দক্ষিণ কামৰূপবাসীৰ সহায়ৰ বাবে ক’ভিড ৰোগী- পৰিয়ালৰ সহায়ৰ বাবে হেল্পলাইন মুকলি

দেশ তথা ৰাজ্যত মহামাৰী ক'ৰণা ভাইৰাছে বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰি ৰাইজক আতংকিত কৰি তোলাৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপতো এতিয়া গণ সংক্ৰমণ ঘটিছে। মহামাৰী ক'ৰণাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে বিভিন্ন

পথাৰত কৃষিকৰ্মৰ মাজতো তাঁতশালত কাপোৰ বৈ স্বাৱলম্বীতাৰ বিৰল আদৰ্শ দাঙি ধৰিছে ৰাণী মৈৰাপুৰৰ কৃষক দীনেশ…

কামত সৰু বৰ নাই আৰু পুৰুষেও য়ে মহিলাৰ কাম কৰিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ ৰাণী মৈৰাপুৰৰ পুৰাণ শুকুৰবৰীয়া চুপাৰ আদৰ্শ কৃষক দীনেশ নাথে । পেছাত তেওঁ এজন কৃষক হলেও বিশেষ পৰিস্থিতিত শুৱালকুচিত ৩৬

১৭৫ বি এন চি আৰ পি এফৰ উদ্যোগত ৰাণীত ৰাইজৰ বাবে টীকাকৰণ শিবিৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি.আৰ.পি.এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ চৌহদত দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ আৰু অনলাইন যোগে আবেদন কৰা ১৮ ৰপৰা ৪৫ বছৰ বয়সৰ হিতাধিকাৰী ৰাইজৰ বাবে ১৫ মে'ৰ পৰা ক'ভিড প্ৰতিৰোধৰ বাবে