Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
গ্ৰন্থমেলা বাকৰিত ‘বহুবাক’ৰ গ্ৰন্থ উন্মোচনী সভা
সময়ৰ কথা সময়তে কোৱা উচিত। অন্যথায় সময় পাৰ হৈ গ'লে জীৱনলৈ নামিব পাৰে অমানিশা। লব্ধপ্ৰতিষ্ঠিত নিবন্ধকাৰ, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰীয়ে অসমীয়া জাতি-ভাষা ধৰি ৰক্ষাৰ বাবে গ্ৰন্থ প্ৰণয়ন কৰিছে"--- অসমৰ অন্যতম সমন্বয়-সংহতিৰ!-->…
দুৰ্ঘটনাত আহত লোকক তৎকালীন চিকিৎসা প্ৰদানৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ ‘পথ সুৰক্ষা…
দেশৰ আন ৰাজ্যৰ লগতে অসমতো পথ দুৰ্ঘটনাত আহত বহু লোক উপযুক্ত চিকিৎসা পোৱা বা চিকিৎসালয় গৈ পোৱাৰ পূৰ্বে মৃত্যুৰ মুখত পৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়েও দুৰ্ঘটনাত আঁহত বহু লোক প্ৰাথমিক চিকিৎসাৰ অভাৱত বা সময়মতে উপযুক্ত চিকিৎসা নোপোৱা বাবে!-->…
আজাৰাত অৰ্দ্ধ শতাধিকৰ বিজেপিত যোগদান
ৰাজ্যৰ আন আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপি দলে নিবাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে । আনকি অংশ হিচাপে মিত্ৰজোঁটৰ হ'লেও অগপৰ পৰা সমষ্টিটো নিজৰ হাতত নিবৰ বাবে বিজেপি দলে ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । ইয়াৰ!-->…
অভিনন্দন গ্ৰন্থ ‘প্ৰজ্ঞাৰ অনন্যা সাধিকা ডঃ নীলিমা ভাগৱতী’ উন্মোচন
এন বি স্কলাছ এছ'চিয়েচনৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ ডঃ নীলিমা ভাগৱতীৰ জন্ম দিনৰ লগত সংগতি!-->…
ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি
২৫ গৰাকী হিতাধিকাৰীক হস্ততাঁত প্ৰদান
পশ্চিম গুৱাহাটীৰ ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয়!-->!-->!-->…
Healthful Pasta Recipes mr bet Less than 300 Calories
Healthful Pasta Recipes mr bet Less than 300 Calories
When it arrives to casino video games, for that matter any type of sport that is played and needs one's mind, there is a variety of video games that need ability and a variety of video…
কামৰূপ জিলাৰ বিদায়ী আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক সম্বৰ্ধনা
অসম চৰকাৰৰ গৃহ বিভাগে পহিলা জানুৱাৰীত এক নিৰ্দেশ যোগে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক উপ মহাপৰিদৰ্শক (ডি.আই. জি) পদলৈ পদোন্নতি দিয়াৰ পাছত আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাগৃহত!-->…
আৰম্ভ হল একাদশ বাৰ্ষিক চানডুবি উৎসৱ
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি। চৌপাশে সেউজীয়া পাহৰৰে আৱৰা এখন অৰণ্য। যত গছেও কথা কয়, গভীৰ জলৰাশীৰ বুকুত লুকাই আছে ৰহস্যময় মাদকতা। সেয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উজলি থকা চানডুবি বিল। পৰম্পৰাগত লোকনৃত্য,!-->…
বৃদ্ধাশ্ৰমৰ আবাসীক এন চি চিৰ নৌ শাখাৰ কেডেটৰ সহায়ৰ হাত
ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ!-->…
টিহুৰ পামৈপাৰাত ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা…
টিহু মহকুমাৰ পামৈপাৰাত ২০২০ চনৰ শেষ দিনটোত প্ৰবীন হোমিওপ্যাথিক চিকিৎসক, সমাজকৰ্মী ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত এক স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা সম্পন্ন হয় ৷ সুখ, দুখ, হাঁহি কান্দোনৰ মাজেৰে দেশবাসীয়ে এটা বছৰক!-->…