Browsing Category

Uncategorized

খিলঞ্জীয়া কলা, শিল্প, হস্ততাঁত পৰম্পৰা আৰু খাদ্য সংস্কৃতিৰ প্ৰদৰ্শনী ১৫ নৱেম্বৰত বড়োলেণ্ড…

কোকৰাঝাৰ; ১৪ নৱেম্বৰ: কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নিলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহৰ চোতালত ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া খিলঞ্জীয়া কলা আৰু শিল্পকলা, হস্ততাঁত পৰম্পৰা আৰু খাদ্য সংস্কৃতিৰ প্ৰদৰ্শনীত সজীৱ

টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

গুৱাহাটী, ১২ নৱেম্বৰঃ বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (টি আই এফ এ) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া

পুলক গগৈৰ জীৱন আধৰিত তথ্য চিত্ৰ প্ৰদৰ্শন‘জ্যোতি চিত্ৰবন’ত অত্যাধুনিক ‘কলাগুৰু প্ৰেক্ষাগৃহ’ মুকলি

গুৱাহাটী, ৩০ অক্টোবৰ ঃ গুৱাহাটী মহানগৰৰ কাহিলীপাৰাত থকা ‘জ্যোতি চিত্ৰবন’ৰ চৌহদত আজি এটা অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ‘কলাগুৰু প্ৰেক্ষাগৃহ’ নামৰ ১০৬ আসন বিশিষ্ট এই অত্যাধুনিক প্ৰেক্ষাগৃহটো মুকলি কৰে ‘জ্যোতি চিত্ৰবন’ৰ অধ্যক্ষ

ধেমাজিৰ কুলাজানত নতুন বাল্ক মিল্ক কুলাৰ স্থাপন কৰি দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক শক্তিশালীকৰণ পূৰবী ডেইৰীৰ

গুৱাহাটী, ৩০ অক্টোবৰ : পূব অসমত দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডেইৰীয়ে। দুগ্ধ প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ধেমাজি জিলাৰ কুলাজানত

বিশ্ব ষ্ট্ৰোক দিৱসৰ সৈতে সংগতি ৰাখি ‘গোল্ডেন আৱাৰ’ৰ ওপৰত গণ সজাগতা অভিযান মুকলি পিয়াৰলেছ হাস্পতাল…

গুৱাহাটী, ২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত জৰুৰীকালীন চিকিৎসা সেৱাত ‘গোল্ডেন আৱাৰ’ৰ জীৱন ৰক্ষাকাৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ

আছাছৰ ২৫তম বৰ্ষপূৰ্তিত আড়ম্বৰপূৰ্ণ ৰূপালী জয়ন্তী উদযাপন

মেডজিফেমা, ২৭ অক্টোবৰ : নাগালেণ্ড বিশ্ববিদ্যালয়ৰ এল্যুমিনি এচ’ছিয়েশ্যন অৱ দ্য স্কুল অৱ এগ্ৰিকালচাৰেল ছায়েন্স (আছাছ)ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্থাই মেডজিফেমা কেম্পাছৰ এছ এ এছ, এন ইউৰ বহুমুখী হলত আৱেগ আৰু নষ্টালজিয়াৰ সৈতে ২৫ বছৰীয়া

প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত…

আজাৰা , ১৮ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত দলং

শ্বিলঙত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ; ন্যায়ৰ বাবে স্বাক্ষৰ অভিযান

গুৱাহাটী , ১৮ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয়, দেশ - বিদেশতো শিল্পী গৰাকীৰ অনুগামী - অনুৰাগী সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। যাৰ বাবে বিগত দিনকেইটাত অসমকে ধৰি দেশ বিদেশত থকা অসমীয়া লোক সকলেও বিভিন্ন

গুগল মীটৰ জৰিয়তে মুম্বাইত জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰে গ্ৰন্থ উন্মোচন

আজাৰা ,১৮ অক্টোবৰ : মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ উদ্যোগত অলপতে গুগুল মীটৰে জনতাৰ শিল্পী, গীতিকাৰ সুৰকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক, অভিনেতা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য ৩১ গৰাকী

অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২”ৰ এককালীন নিষ্পত্তি প্ৰক্ৰিয়াক লৈ তৎপৰ পৰিবহণ বিভাগ

গুৱাহাটীঃ ১৮, অক্টোবৰঃ প্ৰাকৃতিক পৰিৱেশ তথা জীৱ-জগতৰ প্ৰতি প্ৰচণ্ড ভাবুকিস্বৰূপ হৈ পৰিছে জীৱনৰ অন্ত পৰা অৰ্থাৎ চলাচলৰ অনুপযোগী মাৰাত্মক প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ ৷ ইফালে ব্যৱহাৰৰ অনুপযোগী হৈ ৰাষ্টা-ঘাট আনকি বহু চৰকাৰী কাৰ্যালয় চৌহদত