Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
হেলথ্ চিটী হাস্পতালৰ তৰফৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা
অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ উন্মোচনী অনুষ্ঠানত হেলথ্ চিটী হাস্পতাল পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সন্মানীয় অতিথি ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰায়, বিশিষ্ট অতিথি য়েছে দৰজে ঠংছি, অসম!-->…
চি আৰ পি এফৰ উদ্যোগত ৰাণীত যাত্ৰীৰ জিৰণি উদ্ধোধন
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি.আৰ.পি. এফৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ সুবিধাৰ বাবে যাত্ৰীৰ জিৰণি চৰাটো আজি উদ্ধোধন কৰে।!-->!-->!-->!-->!-->…
পলাশবাৰী বাটৰহাটত কাব্যগ্ৰন্থ উন্মোচন
"কাব্য চৰ্চা, সাহিত্য চর্চাৰ সতে জড়িত লোকসকল গাখীৰৰ দৰে পবিত্ৰ হ'ব লাগে । শব্দৰ খেল-খেলি ভালপোৱা কবিসকলে সাৰ্থক সৃষ্টি কৰিব পাৰে । এজন লেখকে গ্ৰন্থ প্ৰকাশেৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰে । দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত ৰাজহুৱা সভাগৃহত আভিজাত্য!-->…
বন বিভাগৰ বাধাৰ বাবে ৰূপায়িত হোৱা নাই দ্বীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন আঁচনি
ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ দ্বীপৰ বিলক পৰ্য্যটনথলীলৈ উন্নীতকৰণ , সৌন্দৰ্যবৰ্ধন আৰু জীৱন-জীৱিকাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দুবছৰ পূৰ্বে 10 কোটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিও বন বিভাগৰ বাধাৰ বাবে!-->…
পলাশবাৰীৰ ৰামপুৰত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ
বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল সমূহৰ সমান্তৰালভাৱে অগপয়ো চলাইছে ব্যাপক তৎপৰতা । দেওবাৰে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ নেতৃত্বত অনুষ্ঠিত হ'ল বিশাল!-->…
ডিমুত ৰেষ্টুৰেণ্ট মুকলি অনুষ্ঠানত জুবিন গাৰ্গ
'কা' বিৰোধী জাতীয় সংগঠনৰ সৈতে বিশেষকৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগত একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ 'কা' আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ জুবিন গাৰ্গৰ ।ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু ডোবক চাৰিআলিত!-->…
31 ডিচেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ
অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুচিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পাচত যাবতীয় কৰ কাটল সমুহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ!-->…
দখলা পাহাৰসহ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক- দৰ্শনাৰ্থীক
ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পাছত ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে। লাহে লাহে দেশ-বিদেশৰ পৰ্য্যটক বা ভ্ৰমণকাৰী অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ক'ভিডৰ ভেকচিন নোলোৱালৈকৈ পূৰ্বৰ স্বাভাৱিক পৰিস্থিতি!-->…
চানডুবি উৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন
দৃষ্টিনন্দন প্ৰাকৃতিক শোভাৰে পৰিবেষ্টিত চানডুবি বিলক কেন্দ্ৰ কৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে "চানডুবি উৎসৱ" । এই বছৰো ইয়াৰ ব্যতিক্ৰম নঘটিব । অহা নতুনবর্ষৰ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ । উল্লেখযোগ্য যে!-->…