Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
পথাৰত কৃষিকৰ্মৰ মাজতো তাঁতশালত কাপোৰ বৈ স্বাৱলম্বীতাৰ বিৰল আদৰ্শ দাঙি ধৰিছে ৰাণী মৈৰাপুৰৰ কৃষক দীনেশ…
কামত সৰু বৰ নাই আৰু পুৰুষেও য়ে মহিলাৰ কাম কৰিব পাৰে তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ ৰাণী মৈৰাপুৰৰ পুৰাণ শুকুৰবৰীয়া চুপাৰ আদৰ্শ কৃষক দীনেশ নাথে । পেছাত তেওঁ এজন কৃষক হলেও বিশেষ পৰিস্থিতিত শুৱালকুচিত ৩৬!-->…
১৭৫ বি এন চি আৰ পি এফৰ উদ্যোগত ৰাণীত ৰাইজৰ বাবে টীকাকৰণ শিবিৰ
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি.আৰ.পি.এফ) গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ চৌহদত দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ আৰু অনলাইন যোগে আবেদন কৰা ১৮ ৰপৰা ৪৫ বছৰ বয়সৰ হিতাধিকাৰী ৰাইজৰ বাবে ১৫ মে'ৰ পৰা ক'ভিড প্ৰতিৰোধৰ বাবে!-->…
নগাঁৱৰ তপতজুৰি বনাঞ্চলত মৰ্মান্তিক ঘটনা
২০টাৰো অধিক বনৰীয়া হাতীৰ কৰুণ মৃত্যু
এক হৃদয় বিদাৰক ঘটনাই আজি প্ৰকৃতি প্ৰেমীৰ লগতে সৰ্বসাধাৰণ ৰাইজক মৰ্মাহত কৰি তুলিছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বামুণী তপতজুৰি পাহাৰৰ!-->!-->!-->…
নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আজাৰাৰ এছ আই আৰ ক’ভিড কেয়াৰ হস্পিতাল পৰিদৰ্শন
ৰাজ্যৰ নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে বিয়লি মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতাল , আজাৰাৰ কাহিকুছিস্থিত এছ আই আৰ ডিৰ ক'ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসালয় আৰু ক'ভিড!-->…
এন চি চি ত ভৰ্ত্তি হব পাৰিব অসমসহ উত্তৰ পূৱৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী – উত্তৰ…
দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলেও ভৰ্ত্তি হব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে কেন্দ্ৰীয়!-->…
বৰঝাৰ বিমান বন্দৰত ক’ভিডৰ দ্বিতীয় টীকাকৰণ শিবিৰ আৰম্ভ
ক'ভিড মহামাৰীৰ পৰা বৰঝাৰ বিমান বন্দৰত কৰ্মৰত বিষয়া - কৰ্মচাৰীৰ লগতে বিমান বন্দৰত কৰ্মৰত বিভিন্ন বিমান সেৱাৰ কৰ্মচাৰী , তেওঁলোকৰ পৰিয়ালৰ লোক সকলক ৰক্ষা কৰিবৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলে আৰম্ভণিৰ তৎপৰতা গ্ৰহণ কৰা!-->…
অসমত আকৌ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ
অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে । কেৱল এইবাৰ বিপিএফৰ সলনি চৰকাৰত থাকিব ইউপিপিএল । দেওবাৰে ঘোষিত ফলাফল অনুসৰি 2021 চনৰ বিধানসভা নিৰ্বাচনত । বিজেপিয়ে লাভ কৰে 60 খনকৈ আসন । অসম গণ পৰিষদে লাভ কৰে 9 খন আৰু ইউপিপিএল য়ে লাভ কৰে 6 খন!-->…
বিশেষভাবে সক্ষম প্ৰতিষ্ঠান আৰু বৃদ্ধাশ্ৰমত বহাগ বিহু উদযাপন টপচেম চিমেণ্টৰ
গুৱাহাটী
: উত্তৰ পূৱৰ আগশাৰীৰ চিমেন্ট কোম্পানী টপচেমে আনন্দৰ ভাগ বতৰা কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি বৃদ্ধাশ্ৰম আৰু শাৰীৰিকভাবে সক্ষম শিশুৰ সৈতে ২০২১বৰ্ষৰ বহাগ বিহু উদযাপন কৰে।
টপচেম চিমেন্টে বিগত বছৰৰ দৰে আকৌ এবাৰ বৃদ্ধাশ্ৰম, অনাথ!-->!-->!-->!-->!-->…
মীন উন্নয়ন নিগমত গণেশ বড়োৰ দোপদোপনি
পৰিচালন সঞ্চালকৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ উভতগৰে নাচিছে অসম মীন উন্নয়ণ নিগমৰ কৰ্মচাৰী গণেশ বড়োয়ে । টাইপিষ্ট হিচাপে নিযুক্ত হৈ বড়োৱে মাথো ৬ মাহত অধীক্ষক হিচাপে পদোন্নতি পাবলৈ সক্ষম হৈছে।মীন বিভাগৰ বৰমুৰীয়াৰ আশীষধণ্য কৰ্মচাৰী জনৰ অতপালিত অতিষ্ঠ!-->…
মীন উন্নয়ন নিগমত গণেশ বড়োৰ দোপদোপনি
পৰিচালন সঞ্চালকৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ উভতগৰে নাচিছে অসম মীন উন্নয়ণ নিগমৰ কৰ্মচাৰী গণেশ বড়োয়ে । টাইপিষ্ট হিচাপে নিযুক্ত হৈ বড়োৱে মাথো ৬ মাহত অধীক্ষক হিচাপে পদোন্নতি পাবলৈ সক্ষম হৈছে।মীন বিভাগৰ বৰমুৰীয়াৰ আশীষধণ্য কৰ্মচাৰী জনৰ অতপালিত!-->…