Browsing Category

Uncategorized

পলাশবাৰী বাটৰহাটত কাব্যগ্ৰন্থ উন্মোচন

"কাব্য চৰ্চা, সাহিত্য চর্চাৰ সতে জড়িত লোকসকল গাখীৰৰ দৰে পবিত্ৰ হ'ব লাগে । শব্দৰ খেল-খেলি ভালপোৱা কবিসকলে সাৰ্থক সৃষ্টি কৰিব পাৰে । এজন লেখকে গ্ৰন্থ প্ৰকাশেৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰে । দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত ৰাজহুৱা সভাগৃহত আভিজাত্য

বন বিভাগৰ বাধাৰ বাবে ৰূপায়িত হোৱা নাই দ্বীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন আঁচনি

ৰাজ্যৰ অন্যতম জলাশয় হিচাপে পৰিচিত গুৱাহাটী মহানগৰীৰ হৃদপিণ্ড স্বৰূপ দ্বীপৰ বিলক পৰ্য্যটনথলীলৈ উন্নীতকৰণ , সৌন্দৰ্যবৰ্ধন আৰু জীৱন-জীৱিকাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দুবছৰ পূৰ্বে 10 কোটি টকাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিও বন বিভাগৰ বাধাৰ বাবে

পলাশবাৰীৰ ৰামপুৰত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ

বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল সমূহৰ সমান্তৰালভাৱে অগপয়ো চলাইছে ব্যাপক তৎপৰতা । দেওবাৰে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগপ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাৰ নেতৃত্বত অনুষ্ঠিত হ'ল বিশাল

ডিমুত ৰেষ্টুৰেণ্ট মুকলি অনুষ্ঠানত জুবিন গাৰ্গ

'কা' বিৰোধী জাতীয় সংগঠনৰ সৈতে বিশেষকৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগত একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ 'কা' আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ জুবিন গাৰ্গৰ ।ৰঙিয়া মহকুমাৰ অন্তৰ্গত ডিমু ডোবক চাৰিআলিত

31 ডিচেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুচিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পাচত যাবতীয় কৰ কাটল সমুহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ

দখলা পাহাৰসহ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক- দৰ্শনাৰ্থীক

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পাছত ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে। লাহে লাহে দেশ-বিদেশৰ পৰ্য্যটক বা ভ্ৰমণকাৰী অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ক'ভিডৰ ভেকচিন নোলোৱালৈকৈ পূৰ্বৰ স্বাভাৱিক পৰিস্থিতি

চানডুবি উৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন

দৃষ্টিনন্দন প্ৰাকৃতিক শোভাৰে পৰিবেষ্টিত চানডুবি বিলক কেন্দ্ৰ কৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে "চানডুবি উৎসৱ" । এই বছৰো ইয়াৰ ব্যতিক্ৰম নঘটিব । অহা নতুনবর্ষৰ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ ।  উল্লেখযোগ্য যে

যোৰাবাটত পুৱতি নিশা মেঘালয়ৰ পৰা গুৱাহাটীলৈ অনা অৱস্থাত চোৰাং শাল কাঠসহ বাহন জব্দ

বন বিভাগৰ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ অসম- মেঘালয় সীমান্তত থকা যোৰাবাট বন শিবিৰৰ বনকৰ্মীৰ দলে আজি পুৱতি নিশা প্ৰায় দুই মান বজাত বিশেষ সূত্ৰৰ পম খেদি মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৌশলেৰে অনা অৱস্থাত এ এছ০১ এল চি ৫৫৩৭ নম্বৰৰ মহেন্দ্ৰ

সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ অধিবেশন সম্পন্ন , শিপিনীৰ কল্যাণৰ আঁচনি ৰূপায়ণৰ বাবে কেবাটাও সিদ্ধান্ত…

সদৌ অসম হস্ত-তাত সমবায় সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশনখন ২৩ ডিচেম্বৰত গুৱাহাটীৰ গৌৰী সদনত অনুষ্ঠিত হৈ যায় ।এই উপলক্ষে সন্থাৰ সভাপতি আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ হস্ত-তাত বস্ত্ৰ শিল্প খণ্ডৰ উন্নয়নৰ লগত জড়িত

ডুগডুগীৰ উৎপল বণিয়ালৈ FFAA ৰ খিতাপ

ফেশ্যন ফ্ৰেট্ৰানিটি অফ আচ্ছাম এৱাৰ্ডৰ চমুকৈ FFAA ৰ তৰফৰ পৰা অসমৰ শ্রেষ্ঠ জুৱেলাৰী ডিজাইনাৰ (ট্ৰেডিচনাল) খিতাপ দখল কৰিবলৈ সক্ষম হয় ডুগডুগীৰ উৎপল বণিয়াই।এতিয়ালৈকে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বহু কেইটা বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা উৎপল