Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Uncategorized
পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক-দৰ্শনাৰ্থীক
দক্ষিণ কামৰূপৰ পলাশবাৰীত নানা জাতি-জনগোষ্ঠীৰে অনন্য মিলনভূমি। সুকীয়া পৰিচিতি আৰু স্বাভিমানী সত্তাৰ প্ৰতিভূৰে জগত সভাত উজলি থকা পলাশবাৰীৰ প্রাকৃতিক তথা নান্দনিক পৰিৱেশেৰে চহকী অঞ্চল। প্রাকৃতিক আৰু ঐতিহাসিক সমলৰ সদ্ব্যৱহাৰেৰে পৰ্যটনৰ!-->!-->!-->!-->!-->…
আদিংগিৰী পাহাৰত আৱকাৰী বিভাগৰ অভিযান
জালুকবাৰী , ৩০ জুন : গুৱাহাটী মহানগৰীক দেশী - বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ!-->!-->!-->!-->!-->…
মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিতে অব্যাহত আছে ভূ-মাফিয়াৰ দৌৰাত্ম্য
জালুকবাৰী ,২৫ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰিছিল মাটিৰ দালাল, ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। সেই নিৰ্দেশৰ পাছতে তেতিয়াই আৰক্ষীয়ে!-->!-->!-->!-->!-->…
ড॰ হিৰণ্য চন্দ্ৰ ভূঞাৰ জীৱন-কৃতিকলৈ আলোচনা, গ্ৰন্থ উন্মোচন
গুৱাহাটী, ১৪ জুন ঃ পাশ্চাত্যৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া ড॰ হিৰণ্য চন্দ্ৰ ভূঞা আছিল এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী৷ তেওঁৰ জীৱন কৃতি সামৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লেখাৰে প্ৰকাশ!-->!-->!-->…
হিট ষ্ট্ৰোকৰ পৰা সাৱধান হওঁক
সত্যব্ৰত বৰাঅসম তথা ভাৰতবৰ্ষত গৰমৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ফলত উষ্ণতাৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ফলত হিট ষ্ট্ৰোকৰ আশংকা বহু পৰিমাণে বাঢ়িছে। এনে পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰাটো অতি!-->!-->!-->!-->!-->!-->!-->…
জালুকবাৰী ঈদগাহ ময়দানত “ঈদ – উজ – আজহা”ৰ সমূহীয়া নামাজ সম্পন্ন
জালুকবাৰী , ৭ জুন : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগৰ উৎসৱ স্বৰূপ ঈদ - উজ - আজহা উপলক্ষে দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত আজি পুৱাৰ ভাগত সমূহীয়া নামাজ সম্পন্ন হয় । আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান!-->!-->!-->!-->!-->…
অসমৰ বজাৰত আত্মপ্ৰকাশ মহিলাৰ দ্বাৰা পৰিচালিত ৰাজ্যৰ নিজা পেকেটযুক্ত খোৱাপানীৰ ব্ৰেণ্ড ‘লুইত…
গুৱাহাটী, ৬ জুন, ২০২৫: অসমৰ মাটিত গঢ় লৈ উঠা ব্ৰেণ্ড ‘লুইত ব্লু’য়ে আনুষ্ঠানিকভাৱে ৰাজ্যখনত মুকলি কৰিছে তেওঁলোকৰ পেকেটযুক্ত খোৱাপানীৰ প্ৰথমটো গোট। ঘৰুৱা ব্যৱহাৰ আৰু যাত্ৰাৰ সময়ত উপযোগী হোৱাকৈ ব্ৰেণ্ডটোৱে প্ৰথমাৱস্থাত বজাৰত মুকলি!-->!-->!-->!-->!-->…
তিনিদিনীয়া কাৰ্যসূচীৰেসীমান্ত চেতনা মঞ্চৰ চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন
গুৱাহাটী, ৯ মে’ ঃ সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ আজি গুৱাহাটীৰ পল্টনবজাৰত!-->!-->!-->!-->!-->…
মঙলদৈৰ চপাই অধমা পাৰা- শালৈ পাৰাত দুই ভাতৃৰ প্ৰশংসনীয় কাৰ্য
৫০ লক্ষাধিক টকাৰে নতুন কৈ নিৰ্মাণ কৰিলে ৰাজহুৱা মন্দিৰ
জালুকবাৰী ৬ মে' শতবৰ্ষ গৰকা মঙলদৈ চপাইৰ নিকটৱৰ্তী অধমাপাৰা - শালৈপাৰা গাঁৱৰ সমীপত থকা বুঢ়া গোঁসাই মন্দিৰ টো ৫০ লক্ষাধিক টকাৰে গুৱাহাটীৰ পদুমবৰী নিবাসী অৱনী কুমাৰ দাস আৰু!-->!-->!-->!-->!-->!-->!-->…
গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন
গুৱাহাটী , ৫ মে' : অসমৰ ধেমাজী জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হল "মপিন" উৎসৱ । যোৱা ৫ এপ্ৰিলত পূব ছিয়াং জিলাৰ সদৰ আলোত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিছিল অসমৰ!-->!-->!-->!-->!-->…