Browsing Category

Uncategorized

টপচেম চিমেন্টে আৰ্ত শিক্ষার্থীসকললৈ প্ৰদান কৰে বিদ্যায়তনিক সামগ্রী

গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৪: উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিমেন্ট ব্রেণ্ড টপচেম চিমেন্টে কামৰূপ আৰু কামৰূপ মেট্র' জিলাৰ ১৩ খন প্ৰতিষ্ঠানৰ প্ৰায় ৫০০ আৰ্ত শিক্ষার্থীলৈ অত্যাবশ্যকীয় বিদ্যায়তনিক সামগ্রী বিতৰণ কৰে। সামাজিক দায়বদ্ধতাৰ অংশ

উত্তৰ প্ৰদেশৰ কৃষি শিক্ষা আৰু গৱেষণা দপ্তৰৰ মন্ত্রী সূৰ্য্য প্ৰতাপ শ্বাহীয়ে গুৱাহাটীত প্ৰয়াগৰাজ…

উত্তৰ প্ৰদেশ চৰকাৰে এক ঐশ্বৰিক, বিশাল আৰু ডিজিটেলী পৰিবৰ্ধিত মহাকুম্ভ আয়োজন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ- কৃষি মন্ত্রীয়ে কয়। মহাকুম্ভ হৈছে ভাৰতবৰ্ষৰ বৈচিত্র্যৰ মাজত ঐক্যতাৰ চিৰন্তন আৰু সামগ্রিকতা-সূৰ্য্য প্ৰতাপ শ্বাহী। এই বিশেষ

এইচ ডি এফ চি বেঙ্কে ৬ ডিচেম্বৰত আয়োজন কৰিব ষোড়শ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান

গুৱাহাটী : ভাৰতবৰ্ষৰ অগ্রগণ্য ব্যক্তিগত খণ্ডৰ এইচ ডি এফ চি বেঙ্কে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত "পৰিবৰ্তন" ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ ষোড়শ সংখ্যক সংস্কৰণৰ আয়োজিত কৰিবলৈ সাজু হৈছে। ৬ ডিচেম্বৰ, ২০২৪ তাৰিখে প্ৰাত: ৯.৩০

অসম দিৱস: কেইৰ্ণ-ফিজিহাৰ ৱেবিনাৰত সত্ৰৰ ঐতিহ্য আৰু বহনক্ষম উন্নয়নৰ আলোচনা

গুৱাহাটী : অসম দিৱস উপলক্ষে অনুষ্ঠিত এখনি অনলাইন আলোচনাচক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই “অসমৰ আৰ্থ সামাজিক অৱস্থাৰ উত্তৰনৰ বাবে নতুন প্ৰজন্মই আধ্যাত্মিক আৰু সাংস্কৃতিক দিশসমূহ হৃদয়ংগম কৰি অঞ্চলৰ প্ৰাকৃতিক আৱদানসমূহৰ সৎ

গুৱাহাটীত মেগা এণ্টাৰটেইনমেণ্টৰ জনপ্ৰিয় প্ৰতিযোগিতাৰ অডিচনৰ আয়োজন

উত্তৰ-পূব ভাৰতৰ পৰৱৰ্তী আইকন উন্মোচন কৰিবলৈ পুনৰ উভতি আহিছে ১৪ সংখ্যক চেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্ট আৰু ২১ সংখ্যক লিভন মেগা মিছ নৰ্থ ইষ্ট। গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আগশাৰীৰ আয়োজক মেগা

ৰয়েল কলেজ অফ অবষ্টেট্ৰিচিয়ান এণ্ড গাইনোকোলজিষ্টৰ (এআইচিচি আৰচিওজি) সৰ্বভাৰতীয় সমন্বয় সমিতিৰ…

মুম্বাই : এআইচিচি আৰচিঅ'জিয়ে শেহতীয়াকৈ লক্ষ্য কৰা বয়সৰ গোটৰ মহিলাসকলৰ ক্ষেত্ৰত বাধ্যতামূলক এইচপিভি টিকাকৰণৰ ওপৰত সৰ্বশ্ৰেষ্ঠ অনুশীলন নিৰ্দেশনা উন্মোচন কৰিছে। আৰ.চি.ও.জি.-ৰ সৰ্বভাৰতীয় সমন্বয় সমিতিয়ে এইচ.পি.ভি. টিকাকৰণক সমৰ্থন

বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী…

আজাৰা : ভাৰত - পাকিস্তান আৰু ভাৰত - বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে পহিলা ডিচেম্বৰত ৫৯ টা বৰ্ষ অতিক্ৰম কৰি ৬০ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা

দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন

আজাৰা : প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিলৰ পানী লাহে লাহে কমি যোৱা আৰু শীতৰ আগমনৰ লগে লগে অইন বছৰৰ দৰে এইবেলিও দীপৰ বিললৈ আহিছে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ জাক । সেই পৰিভ্ৰমী পক্ষীৰ জাকৰ বিনন্দীয়া সৌন্দৰ্য্য, জলকেলি চাবলৈ দীপৰ বিলৰ পাৰত

নলগাঁও প্ৰাথমিক বিদ্যালয়ত ছয়খন বিদ্যালয়ৰ সামূহিক উৎসৱ উদযাপন

মিৰ্জা : পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ নলগাঁও প্ৰাথমিক বিদ্যালয়ত আজি উত্তৰ ভোলাগাঁও সমল কেন্দ্ৰৰ অন্তৰ্গত এই বিদ্যালয়খনৰ লগতে মেধিপাৰা প্ৰাথমিক বিদ্যালয়,গৰগৰা প্ৰাথমিক বিদ্যালয়,দলেপাৰা প্ৰাথমিক বিদ্যালয়,স্বৰ্গীয় ৰামমোহন গোস্বামী শিশু

IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ

গুৱাহাটী/কোকৰাঝাৰ; ২৭ নৱেম্বৰ, ২০২৪: শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়। ভাৰতীয়