ধেমাজিৰ কুলাজানত নতুন বাল্ক মিল্ক কুলাৰ স্থাপন কৰি দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক শক্তিশালীকৰণ পূৰবী ডেইৰীৰ
গুৱাহাটী, ৩০ অক্টোবৰ : পূব অসমত দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডেইৰীয়ে। দুগ্ধ প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ধেমাজি জিলাৰ কুলাজানত!-->!-->!-->!-->!-->…