এক্ট’পিক প্ৰেগনেন্সীৰ বাবে সংকটজনক অৱস্থাত থকা এগৰাকী ২৫ বৰ্ষীয় মহিলাৰ প্ৰাণৰক্ষা পিয়াৰলেছ হাস্পতালৰ
গুৱাহাটী, ১৬ জুলাই : পূব ভাৰতৰ অন্যতম আগশাৰীৰ মাল্টি স্পেচিয়েলিটি টাৰ্চিয়েৰী কেয়াৰ হাস্পতাল পিয়াৰলেছ হাস্পতালে শেহতীয়াকৈ এগৰাকী ২৫ বছৰীয়া মহিলাৰ জীৱন ৰক্ষা কৰি এক নজিৰ গঢ়ি তুলিছে। এক্ট’পিক গৰ্ভাৱস্থাৰ বাবে সংকটজনক অৱস্থাত!-->!-->!-->…