Monthly Archives

December 2025

ৰবি ২৫–২৬ বতৰৰ বাবে কৃষক সজাগতা বৃদ্ধিঃ পি এম এফ বি ৱাইৰ শস্য বীমা সপ্তাহত অংশগ্ৰহণ এছ বি আই জেনেৰেল…

গুৱাহাটী, ০৬ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ (পি এম এফ বি ৱাই) অধীনত আগন্তুক শস্য বীমা সপ্তাহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰিছে ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ

অসম চৰকাৰৰ সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন ঘোষণা

গুৱাহাটী , ৬ ডিচেম্বৰ : অসমৰ সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অহা সাহিত্যিক সকলক উদ্গনি দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰাজ্যপাল প্রদত্ত এক নির্দেশ যোগে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্যিক পেন্সন প্রাপক

গ্ৰেণ্ড কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰৰ শুভাৰম্ভ ৰেডিছন ব্লু গুৱাহাটীৰ

গুৱাহাটী; ৬ ডিচেম্বৰ : যোৱা ৫ ডিচেম্বৰত আয়োজন কৰা বহু প্ৰত্যাশিত বাৰ্ষিক কেক মিক্সিং সমাৰোহেৰে উৎসৱৰ বতৰক আদৰণি জনালে ৰেডিছন ব্লু গুৱাহাটীয়ে। এই উপলক্ষে আয়োজিত আজিৰ উৎসৱমুখৰ আবেলিটোত একেলগে সন্মিলিত হয় বিশিষ্ট অতিথি, অংশীদাৰ আৰু

এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে তেওঁলোকৰ ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব

গুৱাহাটী , ২ ডিচেম্বৰ : ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচ ডি এফ চি বেংকে ইয়াৰ ফ্লেগশ্বিপ চি এচ আৰৰ উদ্যোগত "পৰিৱৰ্তন" ৰ অধীনত দেশব্যাপী ৰক্তদান অভিযানৰ সোতৰ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। ৫ ডিচেম্বৰ, ২০২৫ তাৰিখে প্রাত ৯: ৩০