Monthly Archives

November 2025

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সীমান্ত শৰ্মাৰ পৰিচালনাত ‘মঙহ্’ নাট মঞ্চস্থ হব

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিৎ একাডেমীৰ উদ্যোগত অহা ২৩ নবেম্বৰ সন্ধিয়া ৫:৪৫ বজাত, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত ‘মঙহ্’ নাটখন মঞ্চস্থ হ'ব।

অসমৰ ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘মেক-এ-খন ২০২৫’ প্ৰতিযোগিতা সম্পন্ন

আজাৰা , ১৭ নৱেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসমৰ ডনবস্ক' বিশ্ববিদ্যালয় চৌহদত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ IoT ক্লাব আৰু ADBU Build ক্লাবৰ যৌথ উদ্যোগত ২৪ ঘণ্টীয়া ইনোভেশ্যন আৰু ক'ডিং মাৰাথন 'মেক-এ-খন ২০২৫'

খিলঞ্জীয়া কলা, শিল্প, হস্ততাঁত পৰম্পৰা আৰু খাদ্য সংস্কৃতিৰ প্ৰদৰ্শনী ১৫ নৱেম্বৰত বড়োলেণ্ড…

কোকৰাঝাৰ; ১৪ নৱেম্বৰ: কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহৌলাও নিলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহৰ চোতালত ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া খিলঞ্জীয়া কলা আৰু শিল্পকলা, হস্ততাঁত পৰম্পৰা আৰু খাদ্য সংস্কৃতিৰ প্ৰদৰ্শনীত সজীৱ

টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

গুৱাহাটী, ১২ নৱেম্বৰঃ বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত অলপতে অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (টি আই এফ এ) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া