গুৱাহাটীত বেদ স্পাৰ প্ৰথমখন চেলুনৰ শুভাৰম্ভ
বেদ স্পাই গুৱাহাটীত ইয়াৰ নতুন চেলুন মুকলি কৰে। নতুন চেলুনখন উলুবাৰীৰ আৰ.জি. বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ বিপৰীতে ডঃ বি. বৰুৱা পথস্থিত পিয়াজ্জাৰ ওপৰত অৱস্থিত। বেদ স্পা হৈছে মৰক্কোৰ ডিজাইন অনুপ্ৰাণিত স্পা ও চেলুন য’ত উবেৰ আৰু লুক্স চেটিং!-->…