Monthly Archives

August 2021

পলাশবাৰীৰ দখলাত প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তি উন্মোচন

পলাশবাৰীৰ দখলা বণিয়াপাৰাত শিক্ষক তথা সমাজসেৱক প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ ইহলীলা সম্বৰণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাত আজি তেওঁৰ নিজ বাসগৃহত এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট