গড়চুক থানাত ক’ভিড সজাগতা সভা ; এছ অ পি মানি চলিবলৈ আহ্বান
মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত আজি বিয়লি থানা চৌহদত এখন ক'ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ!-->…