বিশেষভাবে সক্ষম প্ৰতিষ্ঠান আৰু বৃদ্ধাশ্ৰমত বহাগ বিহু উদযাপন টপচেম চিমেণ্টৰ
গুৱাহাটী
: উত্তৰ পূৱৰ আগশাৰীৰ চিমেন্ট কোম্পানী টপচেমে আনন্দৰ ভাগ বতৰা কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি বৃদ্ধাশ্ৰম আৰু শাৰীৰিকভাবে সক্ষম শিশুৰ সৈতে ২০২১বৰ্ষৰ বহাগ বিহু উদযাপন কৰে।
টপচেম চিমেন্টে বিগত বছৰৰ দৰে আকৌ এবাৰ বৃদ্ধাশ্ৰম, অনাথ!-->!-->!-->!-->!-->…