মীন উন্নয়ন নিগমত গণেশ বড়োৰ দোপদোপনি
পৰিচালন সঞ্চালকৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ উভতগৰে নাচিছে অসম মীন উন্নয়ণ নিগমৰ কৰ্মচাৰী গণেশ বড়োয়ে । টাইপিষ্ট হিচাপে নিযুক্ত হৈ বড়োৱে মাথো ৬ মাহত অধীক্ষক হিচাপে পদোন্নতি পাবলৈ সক্ষম হৈছে।মীন বিভাগৰ বৰমুৰীয়াৰ আশীষধণ্য কৰ্মচাৰী জনৰ অতপালিত অতিষ্ঠ!-->…