Monthly Archives

January 2021

কামৰূপ জিলাৰ বিদায়ী আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক সম্বৰ্ধনা

অসম চৰকাৰৰ গৃহ বিভাগে পহিলা জানুৱাৰীত এক নিৰ্দেশ যোগে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক উপ মহাপৰিদৰ্শক (ডি.আই. জি) পদলৈ পদোন্নতি দিয়াৰ পাছত আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাগৃহত

আৰম্ভ হল একাদশ বাৰ্ষিক চানডুবি উৎসৱ

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি। চৌপাশে সেউজীয়া পাহৰৰে আৱৰা এখন অৰণ্য। যত গছেও কথা কয়, গভীৰ জলৰাশীৰ বুকুত লুকাই আছে ৰহস্যময় মাদকতা। সেয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উজলি থকা চানডুবি বিল। পৰম্পৰাগত লোকনৃত্য,

বৃদ্ধাশ্ৰমৰ আবাসীক এন চি চিৰ নৌ শাখাৰ কেডেটৰ সহায়ৰ হাত

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ

টিহুৰ পামৈপাৰাত ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা…

টিহু মহকুমাৰ পামৈপাৰাত ২০২০ চনৰ শেষ দিনটোত প্ৰবীন হোমিওপ্যাথিক চিকিৎসক, সমাজকৰ্মী ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত এক স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা সম্পন্ন হয় ৷ সুখ, দুখ, হাঁহি কান্দোনৰ মাজেৰে দেশবাসীয়ে এটা বছৰক