লোহিয়া গ্ৰুপৰ এক্সেলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ

0


গুৱাহাটী, ৮ জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ এটি অগ্রণী একত্র গ্রুপ লোহিয়া গ্রুপে ইটি নাও ফেমিলি বিজিনেছ ছামিট এণ্ড এবার্ড ২০২৫ শাখাত সন্মানিত এক্সলেঞ্চ ইন ৰিইমাজিনিং লিগেচি ব্ৰেণ্ড বঁটা লাভ কৰিছে। এই বঁটাই গ্ৰুপটোৰ বলিষ্ঠ দার্শনিক নেতৃত্ব, পৰম্পৰাগত বর্ধন আৰু পৰিয়ালকেন্দ্রিক মূল্যবোধ দাঙি ধৰিছে। বিশেষকৈ মেছাৰ্ছ বজৰং ষ্টীল ছেলছ কর্প ৰেচনৰ পৰা বিৱৰ্তন ঘটি পূৰ্বোত্তৰ ভাৰতৰ এক লেখত ল’বলগীয়া গ্ৰুপৰূপে পৰিগণিত হোৱাৰ ফলস্বৰূপে মুম্বাইত যোৱা ২৫ জুনত অনুষ্ঠিত এক অনুষ্ঠানত লোহিয়া গ্ৰুপৰ হৈ ৰাহুল লোহিয়াই এই বঁটা গ্রহণ কৰে।

Leave A Reply

Your email address will not be published.