ডুগডুগীৰ উৎপল বণিয়ালৈ FFAA ৰ খিতাপ

0

ফেশ্যন ফ্ৰেট্ৰানিটি অফ আচ্ছাম এৱাৰ্ডৰ চমুকৈ FFAA ৰ তৰফৰ পৰা অসমৰ শ্রেষ্ঠ জুৱেলাৰী ডিজাইনাৰ (ট্ৰেডিচনাল) খিতাপ দখল কৰিবলৈ সক্ষম হয় ডুগডুগীৰ উৎপল বণিয়াই।এতিয়ালৈকে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বহু কেইটা বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা উৎপল বণিয়াক লৈ নগাওঁ বাসী ৰাইজ গৌৰৱান্দিত হৈ পৰিছে।অসমীয়া সাহিত্যৰ জগততো উৎপল বণিয়া বিশেষ নাম আছে,৪ খন গ্ৰন্থ লিখা উপৰিও কেইবাখনো আলোচনী সম্পাদনা কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.