অসমত আকৌ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ

অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে । কেৱল এইবাৰ বিপিএফৰ সলনি চৰকাৰত থাকিব ইউপিপিএল । দেওবাৰে ঘোষিত ফলাফল অনুসৰি 2021 চনৰ বিধানসভা নিৰ্বাচনত । বিজেপিয়ে লাভ কৰে 60 খনকৈ আসন । অসম গণ পৰিষদে লাভ কৰে 9 খন আৰু ইউপিপিএল য়ে লাভ কৰে 6 খন আসন । আনহাতে, বিৰোধী শিবিৰ কংগ্ৰেছে 29 খন, এআইইউডিএফে 16 খন, বিপিএফে 4 খন, চিপিআইএমে এখন আসন লাভ কৰে । ইফালে, আন এখন আসন অখিল গগৈয়ে লাভ কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*