Amazonৰ সৈতে Airtel ৰ বিশেষ অফাৰ

প্ৰতিজন ভাৰতীয়ৰ বাবে উচ্চ মানদণ্ডৰ মনোৰঞ্জনৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰা, প্ৰাইম ভিডিঅ’ ম’বাইল এডিছন আৰম্ভ কৰিছে এমাজনে । গ্ৰাহকক ম’বাইল- অনলী প্ৰাইম ভিডিঅ’ পৰিকল্পনা প্ৰদান কৰা ভাৰত বিশ্বৰ প্ৰথম এমাজ’ন প্ৰাইম দেশ । প্ৰাইম ভিডিঅ’ই প্ৰাইম ভিডিঅ’ মোবাইল এডিছনৰ প্ৰথম ৰোল-আউটৰ বাবে ভাৰতৰ প্ৰিমিয়াৰ যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (“এয়াৰটেল”) সৈতে সহযোগিতাত অৱতীৰ্ণ হৈছে ।
ভাৰতত আৰম্ভ কৰা প্ৰাইম ভিডিঅ’ মোবাইল এডিছনৰ অংশ হিচাপে বাণ্ডল কৰা প্ৰি-পেইড পেকত থকা সকলো Airtel গ্ৰাহকে কেৱল এয়াৰটেলৰ পৰা এমাজনলৈ ছাইন আপ কৰি 30 দিনৰ বিনামূলীয়া ট্ৰায়েল কৰিব পাৰে । 30দিনৰ বিনামূলীয়া ট্ৰায়েলৰ পাচত, এয়াৰটেলৰ গ্ৰাহকসকলে 6GB ডাটাৰ সৈতে 28 দিনৰ প্ৰাইম ভিডিঅ’ ম’বাইল এডিছন প্ৰাপ্ত কৰিবলৈ ₹89-ৰ আৰম্ভণি প্ৰিয় অফাৰেৰে প্ৰাইম ভিডিঅ’ মোবাইল এডিছন উপভোগ কৰিব পাৰে বা 28 দিনৰ বৈধতাৰ ₹299 পেক বাছনি কৰিব পাৰে যাৰ ভিতৰত আছে অসীমিত কল, প্ৰতিদিনে 1.5 GB ডাটা ।
মাল্টী-ইউজাৰ এক্সেছ, স্মাৰ্ট টিভি সমন্বিতে বহু ডিভাইচজুৰি ষ্ট্ৰীমিং আৰু সমলসমূহ HD/UHD-ত উপভোগ কৰাৰ আনন্দৰ সৈতে অন্যান্য প্ৰাইম সুইধাসমূহৰ সমন্বিতে প্ৰাইম মিউজিকৰ সৈতে Amazon.in -ত দ্ৰুত বিনামূলীয়া শ্বিপিং অভিজ্ঞতাসহ সম্পূৰ্ণ প্ৰাইম ভিডিঅ’ অভিজ্ঞতা লাভ কৰিব বিছৰা গ্ৰাহকসককলৰ বাবে ₹131 টকাত 30 দিনৰ এমাজন প্ৰাইম ভিদিঅ’ মেম্বাৰশ্বিপ বা এটা 28 দিনৰ বৈধতাসহ দৈনিক 2 GB-ৰ ডাটা অভিগম্যতাৰে অসীমিত কলিঙৰ সৈতে ₹349 ৰ ৰিচাৰ্জৰ বিকল্প থাকিব ।

এই মুকলিৰ কথা কৈ এমাজন প্ৰাইম ভিডিঅ’ ৱৰ্লডৱাইডৰ উপ-সভাপতি জে মেৰিনে কয়- ‘ভাৰত অতি উচ্চ এঙ্গেজ্মেণ্টৰ হাৰৰ সৈতে বিশ্বৰ আমাৰ আটাইতকৈ দ্ৰুত গতিত বিকশিত অঞ্চল । এই সঁহাৰিটোৰ দ্বাৰা, আমি আমাৰ বহু প্ৰিয় মনোৰঞ্জনৰ সমল ভাৰতীয় গ্ৰাহকসকলৰ এক ডাঙৰ আধাৰত প্ৰদান কৰি দুগুণ কম কৰিব বিচাৰোঁ । দেশত উচ্চ ম’বাইল ব্ৰডবেণ্ড প্ৰৱেশ প্ৰদান কৰি, মোবাইল ফোনটো আটাইতকৈ বহুলভাৱে ব্যৱহৃত ষ্ট্ৰীমিং ডিভাইচবোৰৰ এটা হৈ পৰিণত হৈছে। প্ৰাইম ভিডিঅ’ মোবাইল এডিছন আৰম্ভ কৰাৰ সৈতে আমি প্ৰতিজন ভাৰতীয়ক আমাৰ একচেটিয়া আৰু মূল সমলৰ সৈতে মনোৰঞ্জন কৰাৰ বাবে আগ্ৰহী ।”

  • ₹89 ৰ ৰিচাৰ্জ: 28 দিনৰ বাবে প্ৰাইম ভিডিঅ’ মোবাইল এডিচ্গন আৰু 6GB ডাটা
  • ₹299 প্ৰিপেইড বাণ্ডল:  28 দিনৰ বাবে অসীমিত কলিং, দৈনিক 1.5 GB ডাটাৰ সৈতে প্ৰাইম ভিডিঅ’ মোবাইল এডিছন
  • ₹131ৰিচাৰ্জ: স্প্ম্পূৰ্ণ প্ৰাইম ভিডিঅ’ৰ অভিগম্যতা, বিনামূলীয়া দ্ৰুত শ্বিপিং আৰু অসীমিত এড-ফ্ৰী মিউজিকৰ সৈতে 30 দিনৰ এমাজন প্ৰাইম ভিডিঅ’ সদস্যতাপদ।
  •    ₹349ৰ প্ৰি-পেইড বাণ্ডল: সম্পূৰ্ণ পাইম ভিডিঅ’ৰ অভিগম্যত্য, বিনামূলীয়া দ্ৰুত শ্বীপিং আৰু 28 দিনৰ বাবে দৈনিক 2GB আৰু অসীমিত কলিঙৰ সৈতে  অসীমিত এড-ফ্ৰী মিউজিক।

গ্ৰাহকসকলে এই প্ৰি-পেইড পেকসমূহ এয়াৰটেল থেংকছ এপ্প বা সমগ্ৰ দেশজুৰি থকা এক মিলিয়নতকৈও অধিক এয়াৰটেল ষ্টৰত ক্ৰয় কৰিব পাৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*