ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ

July 3, 2021 asombhumi 0

মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত গড়লত থকা এ.টি.এম.আৰ.এফ টিকাকৰণ কেন্দ্ৰত ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। অনিয়মৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত পুৱতি নিশাৰ পৰা শাৰীপাতি […]

ৰাণীত কৃষকক সমাজকর্মী বলেশ্বৰ ৰংপীৰ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ

July 2, 2021 asombhumi 0

অসম মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত কৃষক ৰাইজ শালি ধানৰ খেতি কৰাৰ বাবে সাজু হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে থমকি ৰবলগীয়া হৈছে । আনকি […]

বৰঝাৰ বিমান বন্দৰৰ পৰা পাঞ্জাবাৰীলৈ পথৰ দাঁতি আৰু ডিভাইদাৰত ৰোপন কৰা হব গছপুলি

July 2, 2021 asombhumi 0

ৰাজ্য চৰকাৰৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ৭২ সংখ্যক বন মহোৎসৱ সপ্তাহ । আনহাতে পূৱ কামৰূপ বন সংমণ্ডলৰ উদ্যোগত দক্ষিণ গুৱাহাটী আঞ্চলিক […]

পাঞ্জাবাৰীৰ কংকন নগৰত বন বিভাগৰ উদ্যোগত গছপুলি ৰোপন অভিযান

June 29, 2021 asombhumi 0

বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলে এটা মাহৰ ভিতৰত সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া, কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয়, বন শিবিৰৰ জৰিয়তে গুৱাহাটীক সেউজকৰণৰ […]

ধাৰাপুৰত মাক্স চেনিটাইজাৰ বিতৰণ

June 29, 2021 asombhumi 0

মহানগৰীত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে ধাৰাপুৰস্থিত প্ৰদীপ অইল ডিপোৱে অইল ইণ্ডিয়াৰ উদ্যোগত লৈছে বিশেষ ব্যৱস্থা। প্ৰদীপ অইল ডিপোলৈ অহা প্ৰতিজন গ্ৰাহক, চালক […]

গুৱাহাটীত হেলমেট পৰিধান নকৰিলে পেট্ৰল নাপাব

June 27, 2021 asombhumi 0

হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চালক সকলৰ বাবে এতিয়াৰে পৰা দুঃখবৰ। কিয়নো এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ তেল ডিপো সমূহত যিসকল দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান […]

সমাগত উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা অসম জাতীয় পৰিষদৰ

June 24, 2021 asombhumi 0

এ.আই.ইউ.ডি.এফক লগত নাৰাখে আঞ্চলিক দলটোৱে ৰাজ্যত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ষেপৰ পোষকতা কৰিব অসম জাতীয় পৰিষদে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত […]

আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEyeৰ প্ৰাৰম্ভণি

June 21, 2021 asombhumi 0

আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডে ভাৰতত তেঁওলোকৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEye ৰ প্ৰাৰম্ভণি কৰিবলৈ ইয়াৰ প্ৰতিষ্ঠাপক আৰু নিৰ্বাচিত এইচ. এন. আইৰপৰা ছীড ফাণ্ডিঙৰ জৰিয়তে 1.5 […]