দীনেশ চন্দ্র দত্তৰ নাট্য সংকলন মৰা মানুহৰ মালিতা আৰু অন্য নাট উন্মােচন
চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ গুৱাহাটী শাখাৰ সাহিত্যচ’ৰাত প্রবীণ নাট্যশিল্পী দীনেশ চন্দ্র দত্তৰ সদ্য প্রকাশিত নাট-সংকলন ‘মৰা মানুহৰ মালিতা আৰু অন্য নাট’ আজি গুৱাহাটী পেন্সনাৰ ভৱনত […]