বিশ্বশান্তি আৰু কল্যাণাৰ্থে মাজুলীৰ নৱৰতনপুৰ নামঘৰত অখণ্ড ভাগৱত পাঠ
মাজুলীঃ কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উজনি মাজুলীৰ বৃহত্তৰ মূদৈবিল অঞ্চলৰ নৱৰতনপুৰ গাঁৱৰ নামঘৰত অনুষ্ঠিত হৈছে বিশ্বশান্তি আৰু কল্যাণাৰ্থে অখণ্ড ভাগৱত পাঠ অনুষ্ঠান । আটক ধুনীয়াকৈ […]