এইচ ডি এফ চি বেঙ্কে জেষ্ঠ্য জনসমুদায়ৰ হকে বিনিয়োগৰ জৰিয়তে সমৰ্থন কৰিছে বিয়াগোম…
গুৱাহাটী, ১৩ অক্টোবৰ, ২০২৫: এইচ ডি এফ চি বেঙ্কে, ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক, আজি ঘোষণা কৰে যে সক্ৰিয় জেষ্ঠ্য সমুদায়ৰ বাবে কাৰ্য্যকৰী আৰু সুদক্ষ কমিউনিটি প্লেটফৰ্ম ৱাকএবাউট পূঁজি বিনিয়োগ প্ৰদান কৰিব। এই বিনিয়োগে!-->!-->!-->!-->!-->…