Monthly Archives

May 2025

তিনিদিনীয়া কাৰ্যসূচীৰেসীমান্ত চেতনা মঞ্চৰ চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন

গুৱাহাটী, ৯ মে’ ঃ সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতিসমূহৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্যে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চলচ্ছিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে৷ আজি গুৱাহাটীৰ পল্টনবজাৰত

মঙলদৈৰ চপাই অধমা পাৰা- শালৈ পাৰাত দুই ভাতৃৰ প্ৰশংসনীয় কাৰ্য

৫০ লক্ষাধিক টকাৰে নতুন কৈ নিৰ্মাণ কৰিলে ৰাজহুৱা মন্দিৰ জালুকবাৰী ৬ মে' শতবৰ্ষ গৰকা মঙলদৈ চপাইৰ নিকটৱৰ্তী অধমাপাৰা - শালৈপাৰা গাঁৱৰ সমীপত থকা বুঢ়া গোঁসাই মন্দিৰ টো ৫০ লক্ষাধিক টকাৰে গুৱাহাটীৰ পদুমবৰী নিবাসী অৱনী কুমাৰ দাস আৰু

গুৱাহাটীত অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ মপিন উৎসৱ উদযাপন

গুৱাহাটী , ৫ মে' : অসমৰ ধেমাজী জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গালো জনগোষ্ঠীৰ লোকসকলৰ অন্যতম বৃহৎ উৎসৱ হল "মপিন" উৎসৱ । যোৱা ৫ এপ্ৰিলত পূব ছিয়াং জিলাৰ সদৰ আলোত এই উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰিছিল অসমৰ

অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন”

গুৱাহাটী : মালিগাঁওৰ অভিজ্ঞানম এ যোৱা কালি ৪ মে ২০২৫ তাৰিখে ৰবিবাৰে সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন"। পুৰ্বতে ৰনহাং চৌধুৰীৰ পৰিচালনাত