Yearly Archives

2025

শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা…

আজাৰা , ১৯ জুলাই : কিছুদিন পূৰ্বে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আই আই এম, শ্বিলঙত ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেযাৰ্ছ চমুকৈ আই আই চি এৰ

সুৰজিৎ একাডেমীৰ চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ পুতলা নাচ পৰিৱেশন

গুৱাহাটী, ১৯ জুলাই ঃ গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ

এয়াৰটেল আৰু পাৰ্প্লেক্সিটিয়ে সহযোগিতা কৰি ইয়াৰ ৩৬০ মিলিয়ন গ্ৰাহকৰ প্ৰতিজনক পাৰ্প্লেক্সিটি প্রো ৰ…

গুৱাহাটী, ১৯ জুলাই : ভাৰতী এয়াৰটেলে পাৰ্প্লেক্সিটিৰ সৈতে সহযোগীতা কৰি ইয়াৰ ৩৬ কোটি গ্ৰাহকক পাৰ্প্লেক্সিটি প্রোৰ ১২ মাহৰ বাবে বিনামূলীয়াকৈ চাবস্ক্ৰিপচন প্ৰদান কৰিছে। পাৰ্প্লেক্সিটি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এটা

কামৰূপ মহানগৰ জিলা কবি সমাজৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

গুৱাহাটী ,১৬ জুলাই: অসম কবি সমাজৰ স্বীকৃতিপ্রাপ্ত কামৰূপ মহানগৰ জিলা কবি সমাজৰ কার্যনির্বাহক সদস্যৰ শপত গ্রহণ অনুষ্ঠানটো ১৩ জুলাইত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত শঙ্কৰদেৱ বিদ্যানিকেতনত অনুস্থিত হয়। জিলা সম্পাদক ৰঞ্জন কুমাৰ শর্মাই আঁত

এক্ট’পিক প্ৰেগনেন্সীৰ বাবে সংকটজনক অৱস্থাত থকা এগৰাকী ২৫ বৰ্ষীয় মহিলাৰ প্ৰাণৰক্ষা পিয়াৰলেছ হাস্পতালৰ

গুৱাহাটী, ১৬ জুলাই : পূব ভাৰতৰ অন্যতম আগশাৰীৰ মাল্টি স্পেচিয়েলিটি টাৰ্চিয়েৰী কেয়াৰ হাস্পতাল পিয়াৰলেছ হাস্পতালে শেহতীয়াকৈ এগৰাকী ২৫ বছৰীয়া মহিলাৰ জীৱন ৰক্ষা কৰি এক নজিৰ গঢ়ি তুলিছে। এক্ট’পিক গৰ্ভাৱস্থাৰ বাবে সংকটজনক অৱস্থাত

সাধাৰণ মানুহৰ বাবে ‘গেৰাণ্টেড বচত প্লেন’- ভাৰতৰ বাবে এক সহজ আৰু নিৰ্ভৰযোগ্য সমাধান মুকলি ভাৰতী এক্সা…

গুৱাহাটী, ১৪ জুলাই ২০২৫: দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা কোম্পানী ভাৰতী এক্সা লাইফ ইন্স্যুৰেন্সে আজি ঘোষণা কৰে কোম্পানীটোৰ নতুন ফ্লেগশ্বিপ জীৱন বীমা আঁচনি- *ভাৰতী এক্সা লাইফ গেৰাণ্টেড বচত প্লেন। উল্লেখ্য যে, এক সহজ,

অধিক স্বাভাৱিক আৰু দীৰ্ঘস্থায়ী গাঁঠি প্ৰতিস্থাপনত বিপ্লৱৰ সূচনা ৰবটিক প্ৰযুক্তিৰ

গুৱাহাটী, ১০ জুলাই, ২০২৫: গাঁঠিৰ বিষক এটা সময়ত গণ্য কৰা হৈছিল সক্ৰিয় জীৱন যাপনত এক অপ্ৰতিৰোধ্য বাধা হিচাপে। কিন্তু সময়ৰ লগে লগে এতিয়া সলনি হৈছে দৃশ্যপট। আধুনিক অস্থিৰোগ চিকিৎসাৰ অগ্ৰগতি, বিশেষকৈ ‘এক্টিভ ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্ট’

ফ্ৰে্ঙ্কলিন টেম্পলটনে ফ্ৰে্ঙ্কলিন ইণ্ডিয়া মাল্টি এচেট এলোকেচন ফাণ্ড মুকলি

গুৱাহাটী, ১০ জুলাই ২০২৫: ফ্ৰে্ঙ্কলিন টেম্পলটনে (ভাৰতবৰ্ষ) আজি ঘোষণা কৰে যে,ঋণ আৰু পণ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰা ইয়াৰ মুক্ত মাল্টি এচেট এলোকেচন ফাণ্ডৰ (এফ আই এম এ এ এফ) অপেন-ইনডেদ বহু সম্পত্তি আবণ্টন মুকলি অনুষ্ঠান। গতিশীলতাৰে পৰিচালিত

এন ই ফ’কাছৰ উদ্যোগ’ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’…

ব্ৰহ্মপুত্ৰ নদী আমাৰ জীৱন ৰেখা। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ অৰ্থনীতি, জলসম্পদ আৰু জৈৱ বৈচিত্ৰ্য, পৰিৱেশ তন্ত্ৰ, নৈপৰীয়া লোকৰ বৃত্তিগত প্ৰৱণতা যুগ যুগ ধৰি চলি আহিছে। এই ব্ৰহ্মপুত্ৰৰ প্ৰসংগ তথা গুৰুত্ব বুজিয়েই এন ই

১৪ জুলাইৰ পৰা পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন

আজাৰা , ৮ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে